অসমীয়া

্বোত্কৃষ্ট অনুবাদৰ সৈতে চজেট ৰ নাম একার্থক হৈ পৰিছে। ৩০ বছৰতকৈও বেচি অভিজ্ঞতাৰ ভেটিত প্রতিষ্ঠিত, বহুভাষাত দস্তাবেজ (multilingual documentation) প্রস্তুত কৰাৰ বিশেষজ্ঞতা থকা আমি ইটালীৰ সর্ব্ববৃহত্অনুষ্ঠান।

Sitemap
SDFSD
DFS
Translation and localisation services -
spacer
sdad
 

অসমীয়া

সর্বোত্কৃষ্ট অনুবাদৰ সৈতে চজেট ৰ নাম একার্থক হৈ পৰিছে। ৩০ বছৰতকৈও বেচি অভিজ্ঞতাৰ ভেটিত প্রতিষ্ঠিত, বহুভাষাত দস্তাবেজ (multilingual documentation) প্রস্তুত কৰাৰ বিশেষজ্ঞতা থকা আমি ইটালীৰ সর্ব্ববৃহত্অনুষ্ঠান।

সকলো প্রধান ভাষাতে আমি আগবঢ়োৱা সেৱাৰ ভিতৰত লিখনী (কাৰিকৰী লিখনী আৰু সম্পাদন), স্থানীয়কৰণ, গ্রাফিক্স, পৃষ্টা সজ্জা আৰু প্রিন্টিং অর্ন্তভুক্ত।

আপোনাৰ আন্তর্জাতিক যোগাযোগৰ মান সর্বোত্কৃষ্ট কৰিবলৈ প্রস্তুত হোৱা মাল্টিমিডিয়া আৰু ৱেব পেজে আমাৰ সেৱাৰ পৰিসৰ সম্পূর্ণ কৰিছে।

আমাৰ অনুষ্ঠান ISO 9001 মানদণ্ড পালন কৰা গুণগত প্রণালীৰ দ্বাৰা পৰিচালিত।

আমাৰ কার্য্য প্রণালীৰ ভিতৰত আছে:

  • মাতৃভাষাত অনুবাদকৰ নিয়োগ
  • প্রস্তুতিৰ সকলো পর্য্যায়ৰে যান্ত্রিকীকৰণ
  • আমাৰ সকলো কর্মচাৰীৰ সযত্ন বাচনি আৰু নিৰন্তৰ প্রশিক্ষণৰ ব্যবস্থা
  • সকলো সময়তে গুণগত মানদণ্ড উত্কৃষ্ট কৰি ৰাখিবলৈ কম্পিউটাৰৰ সাহার্য্যপ্রাপ্তঅনুবাদ প্রযুক্তিবিদ্যাৰ (অনুবাদ স্মৃতি) ব্যবহাৰ
  • সকলো প্রধান চফ্টৱেৰ প্রগ্রামৰ লগত সুসংগতি
  • মানদণ্ডৰ কঠোৰ নিয়ন্ত্রণ

আমাৰ যোগ্য পৰিযোজনা ব্যবস্থাপকে প্রতিটো কামৰে তদাৰক কৰে, সম্পদ পৰিচালনা কৰে আৰু গ্রাহকৰ প্রত্যাশা পৰীক্ষা কৰে।

সেইদৰে মেকিনটোচ (Machintosh) আৰু উইণ্ডোচৰ (Windows) বাবে থকা আমাৰ চফ্টৱেৰ প্রগ্রামৰ নিৰন্তৰ নবীকৰণ হোৱাৰ কাৰণে আমাৰ গ্রাহকসকলে তেওলোকৰ সম্পদৰ সৈতে সম্পূর্ণ সংগতিৰ ক্ষেত্রত নির্ভৰশীল হব পাৰে।

এডোবে ইনডিজাইন, ফ্রেমমেকাৰ, পেজমেকাৰ, এমএচ-পাব্লিচাৰ, কুইকচিল্ভাৰ ইন্টাৰলিফ আৰু কোৱার্ক এক্সপ্রেচ (Adobe InDesign, FrameMaker, PageMaker, Ms-Publisher, QuickSilver Interleaf, QuarkXPress) আদি ডেক্সটপ প্রকাশন ফর্মেট সম্পূর্ণকৈ সমর্থিত।

সেয়েহে এই ক্ষেত্রত আচৰিত হব লগিয়া একো নাই যে আমাৰ ৫০০০ ৰো বেচি গ্রাহক আছে, আৰু তেওলোকৰ বিশ্বাসৰ বাবেই আমি উচ্চ ৰূপৰেখাৰ কর্পোৰেট বিবৰণী পুস্তিকাৰ পৰা আৰম্ভ কৰি আগশাৰীৰ আন্ত:ৰাষ্ট্রীয় পৰিযোজনাৰ নিয়মাৱলী ৰচনা কৰালৈকে বিশেষজ্ঞতা আহৰণ কৰিছো।

আমাৰ পৰা আপুনি মুল্যৰ বাবে খবৰ কৰিলে জানিব পাৰিব যে ইউৰোপীয় বজাৰত আমাৰ সেৱা আটাইতকৈ প্রতিদ্বন্দীতামুলক।

 

 


this page in PDF This page in PDF
spacer icon This page in Flash
  spacer
SDZ
 
GFDF
  sdgsd
spacer soget - traduzione
spacer
Soget srl - Via Roncaglia, 14 - 20146 Milan - Italy
Tel. +39 02 485914 1 - Fax +39 02 485914 20 | copyright ©
Site map


Valid XHTML 1.0 Transitionalspacer